tag:blogger.com,1999:blog-3212880028605210975.post8609440338711384838..comments2023-09-09T20:52:02.360+05:30Comments on শব্দ বৰষুণ....: গ্ৰন্থালোচনাঃ দিলীপ চন্দনৰ নেদেখা নদীৰ ঘাটDhrubajyoti Sarmahttp://www.blogger.com/profile/02221310405418234894noreply@blogger.comBlogger3125tag:blogger.com,1999:blog-3212880028605210975.post-59551350642408016972014-03-14T15:22:16.532+05:302014-03-14T15:22:16.532+05:30আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক ...আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক এই প্ৰসংশাই আমাক উৎসাহিত কৰি থাকিব। Dhrubajyoti Sarmahttps://www.blogger.com/profile/02221310405418234894noreply@blogger.comtag:blogger.com,1999:blog-3212880028605210975.post-83073790541720839152014-03-14T11:12:01.349+05:302014-03-14T11:12:01.349+05:30এই সমালোচনাটি অসমীয়া পাঠক( যিয়ে অৱশ্যে অসমীয়া সাহি...এই সমালোচনাটি অসমীয়া পাঠক( যিয়ে অৱশ্যে অসমীয়া সাহিত্যৰ গভীৰ স্তৰলৈ যোৱা নাই,) সকলে যদিহে পঢ়িব পাৰে,তেন্তে ডাক সম্বন্ধে এটা সুন্দৰ ভাৱ মনলৈ আনিবলৈ সক্ষম হব । মোৰ মতে,সৰু কালিতে শুনা ''ডাকৰ বচন"সম্পৰ্কে এটা সুন্দৰ ধাৰণা কৰিব পৰিলো। উপন্যাস খনৰ বিষয় বস্তুৰ অনন্যতাৰ বাবে লিখক সচাকৈ প্ৰসংসাৰ পাত্ৰ। উপস্থাপক শৰ্মাকো ধন্যবাদ জনালো।----ইলা দেবী,শিল্পুখুৰী,গুৱাহাটী Ela Devihttps://www.blogger.com/profile/04846860742708842509noreply@blogger.comtag:blogger.com,1999:blog-3212880028605210975.post-88099039173233539562012-10-11T22:16:53.232+05:302012-10-11T22:16:53.232+05:30ধ্ৰুব দাদা, মোৰ লগতো এখন আছে। মই পঢ়িলো। সচাঁকৈ ঔ...ধ্ৰুব দাদা, মোৰ লগতো এখন আছে। মই পঢ়িলো। সচাঁকৈ ঔপন্যাসিকজনৰ এয়া এক অনন্য কৃতিত্ব। কিতাপখন এতিয়াও দোকানত পোৱা যাবনে? জনাবচোন। মই আকৌ বেলেগ এজনৰ পৰা আনিছিলো পঢ়িবলৈ। নিজাকৈ কিনিব পাৰিলে ভাল হয়।কৌশিকhttps://www.blogger.com/profile/12397499516952634376noreply@blogger.com