শব্দ বৰষুণ....

......ভাৱৰ বুৰবুৰণিত জীপাল হৃদয়ৰ কাহিনী

▼
Saturday, December 10, 2022

অহঙ্কাৰী সদাগৰ

›
এবাৰ এখন দেশত এজন বৰ অহঙ্কাৰী সদাগৰে বাস কৰিছিল। তেওঁ দেশ-বিদেশত বেপাৰ কৰি অজস্ৰ ধন-সম্পত্তিৰ মালিক হৈছিল। ধন-ধানৰ চিন্তাত তেওঁৰ আনকি ঈশ্বৰৰ...
Wednesday, April 7, 2021

হিতেন শৰ্ম্মাৰ দিনলিপি - ৭ (তৃতীয় অধ্যায়)

›
সময় যোৱাৰ লগে লগে কামৰ জটিলতাও বাঢ়ি আহিছে। আজিকালি মাজে মাজে বাহিৰলৈও যাব লাগে। কেতিয়াবা কটেশ্যন দিবলৈ, কেতিয়াবা আকৌ বিলৰ কামত। দাচ কম্পেনীৰ...
1 comment:

হিতেন শৰ্ম্মাৰ দিনলিপি - ৬ (তৃতীয় অধ্যায়)

›
ৰাস্তাৰ ঘটনাক্ৰমত যিমান স্তম্ভিত হৈছিলোঁ, তাতোকৈ বহুত বেছি আশ্বৰ্য্য ৰৈ আছিল আমাৰ বাবে, জনসেৱাৰ নামত উচৰ্গিত এখন হাস্পতালত। হাস্পতালৰ কেজুৱে...
1 comment:
Sunday, July 1, 2018

তোমাক দেখিলেই…

›
কিয় জানো আজিকালি তোমাক দেখিলেই বুকুখন কঁপে৷ ইপাৰৰ সৌৰভ সিপাৰত বিলাই কিয় জানো আজিকালি তোমাৰ হুমুনিয়াহে সপোন কাঢ়ে তুমিও জানা, ময়ো হেপাহ...
Thursday, June 28, 2018

আইৰ অসুখ

›
অজস্ৰ দানৱৰ বেহু ভাঙি তই সাজিছিলি শিল্পৰ প্ৰতিমা তই আছিলি নিপীড়িতৰ গান কাইটি, আমি ভালেই আছোঁ দে৷ তই যে কৈছিলি আমি আগবাঢ়ি যাওঁ ব'ল...
Friday, June 15, 2018

বন্ধু, প্ৰেম, মৃত্যু ইত্যাদি

›
বন্ধু প্ৰাণত শান্ত সাগৰৰ কোবাল হাৰিকেন মাথোঁ৷ বন্ধু কৌতুকত নিষ্প্ৰাণ শৰীৰৰ এটি হৃদস্পন্দন মাথোঁ৷ প্ৰেম আকাশৰ প্ৰেম পথাৰৰ এবুকু কল্পন...
Wednesday, June 13, 2018

অনুভৱ মোৰ

›
বৰষুণত তিতাৰ দিনা মই অনুভৱ কৰিছিলোঁ ইতিহাস মোৰ পিছত আছিল তেতিয়া মই বৰষুণ ভাল পাইছিলোঁ গোটেই পৃথিৱীৰ ৰং দেখিছিলোঁ সেউজীয়া প্ৰেমৰ ৰং সেউজী...
Monday, June 11, 2018

আন্ধাৰ

›
বতাহজাক ঠিকেই বলিছিল বেলিও ঠিকেই উদয় হৈছিল কেনা লাগিছিল মাথোঁ আন্ধাৰত৷ মুখৰ হাঁহিত যুগমীয়া হৈছিল সুখ অথচ বাঢ়ি গৈছিল ৰক্তচাপ জাউৰিয়ে জা...
Monday, June 4, 2018

অনন্যাৰ চাকৰি হ'ল

›
অনন্যাৰ চাকৰি হ'ল। জীৱন বীমাত কাম কৰা অনন্যাৰ চাকৰি হ'ল। মানুহৰ দুৱাৰে দুৱাৰে মাহৰ মূৰত প্ৰিমিয়াম বুটলি ফুৰা অনন্যাৰ চাকৰি হ...
Sunday, June 3, 2018

জোনাকৰ বতৰা

›
আপোনাৰ কৃপাত মই কুশলেই আছোঁ একেই আছে মোৰ অনুভূতিবোৰ মাজে মাজে মাথোঁ অনুভৱ হ'লে মোৰ নিসংগতাৰ মুহূৰ্তবোৰ জ্বলি উঠে বুকুখন৷ অৱশ্যে মনত...
Saturday, June 2, 2018

গুড বাই বুলি কব নোৱাৰোঁ

›
আকাশৰ প্ৰতিপল নীলাত আজি উৰি ফুৰিছে নিৰ্মেঘ গৰ্জন বতাহৰ প্ৰতিক্ষণ সোঁতত নাচি উঠিছে বতাহৰ ক্ৰন্দন প্ৰতিক্ষণ সময়ে মন আকাশত বিলাই দিছে বেদন...
Thursday, May 31, 2018

প্ৰেম আৰু এজাক পোহনীয়া ধুমুহা

›
উৰি উৰি শত গ্ৰহ নক্ষত্ৰ পোহৰাই শ্যামলী ধৰিত্ৰী মোৰ বুকুতেই সপোন ৰচিলেহি প্ৰেম৷ মলয়াৰ দৰে, মৌচুমীৰ দৰে, অথবা বৰদৈচিলাৰ দৰে প্ৰেম, তুম...
Wednesday, May 30, 2018

সোঁৱৰণীৰ এপিটাফ

›
কেতিয়াবা আহিবা আমাৰ সোঁৱৰণীৰ ঘাটলৈ, তাতেই মেলি লম আমাৰ প্ৰেমৰ অধ্যায়বোৰ৷ আকৌ এবাৰ উভতি যাম ইতিহাস হৈ ৰোৱা মসৃণ পথবোৰলৈ৷ জুকিয়াই চাম আমাৰ...

জোনাক ৰাতি

›
হঠাৎ কেতিয়াবা হঠাৎ কেতিয়াবা মনত পৰে তোমালৈ৷ আঁউসীৰ শেষত আকাশৰ এচুকত কাঁচিজোনৰ বুকুত দেখো তোমাৰ উদ্দীপ্ত চকুযুৰি৷ হঠাৎ মনত পৰি যায়, জোনৰ...
Monday, May 28, 2018

কবিবোৰ কবি নহয়

›
কবিবোৰ কবি নহয় কবিতাৰ অবৰ্তমানত নহয় সম্পূৰ্ণ চন্দহীন কবিতাৰ খোজত। কবিয়ে ভাল পায় কবিতা কিয়নো কবিতাৰ বুকুত মুখ গুজি কান্দিব প...
Sunday, September 17, 2017

হিতেন শৰ্ম্মাৰ দিনলিপি (তৃতীয় অধ্যায়) – ৫

›
জুনিয়ৰে কামুৰি আছে, এদিন ৰেষ্টুৰেণ্টত গৈ খাব। মোৰ চাকৰি পোৱাটো ইমান সৰু কথা নহয় যে সি তাক স্মৰণীয় কৰি ৰখাৰ সুবিধাটো এৰিব। সেইমতেই সিদ্ধ...
›
Home
View web version

আত্ম-পৰিচিতি

Dhrubajyoti Sarma
View my complete profile
Powered by Blogger.