একাজলি শ্ৰদ্ধাঞ্জলি দিবলৈ
যাওঁতেই কথাবোৰ ভাঁহি আহে মনলৈ। চাৰে কোৱা কথাবোৰে ভাষাৰ ডিঙিত সোপা মাৰি ধৰেহি।
চাৰৰ কথনশৈলী, বক্তৃতা,
মৰমসনা মাতটোৱে পুনৰাই সোঁৱৰাই দিয়ে চাৰৰ শিক্ষকতা গুণৰ কথা।
শেষৰবাৰ চাৰক লগ পাওঁতে ছাত্ৰাৱস্থাৰ দৰেই একেই আদৰেৰে চাৰে কুশল-মংগল সুধিছিল।
নামটো যদিও মনত নাছিল, আমাৰ সময়ৰ কথাবোৰ উনুকিয়াইছিল।
সঁচাকৈয়ে বজালী মহাবিদ্যালয় আজি আধাখিনি যেন খালি হৈ গ'ল।
চাৰৰ আত্মাই চিৰশান্তি লাভ কৰক। তাৰেই প্ৰাৰ্থনা কৰিছোঁ।
[লিখনকালঃ ১৯ ছেপ্তেম্বৰ, ২০১৫]
No comments:
Post a Comment