শিল্প কলাৰ বাবে বিশেষ কোনো দিনৰ
প্ৰয়োজন নাই৷ প্ৰয়োজন হয় উদ্যাপনৰ বাবে৷ সৃষ্টিয়েই সাধনাৰ শেষ নহয়৷ যি শিল্পই
শিল্পীক সুন্দৰৰ ৰূপত গঢ় দিব পাৰে, যি সুৰে দেউল সাজি ৰূপৰ শিকলি ভাঙি সোণোৱালী দুৱাৰ খুলি দিব পাৰে, সেই শিল্পক উদযাপন কৰাৰ প্ৰয়োজন আহি পৰিছে৷ সুন্দৰৰ পুজাৰী, ৰূপৰ কোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালাক শিল্পী দিৱসৰ
দিনাখন সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ৷
[লিখনকালঃ ১৭ জানুৱাৰী, ২০১৫]
No comments:
Post a Comment