ৰাভাই
অৰ্থদান কৰিছিল মানুহৰ পূজাতহে| সোণৰ চামুচ মুখত লৈ পৃথিৱীৰ পোহৰলৈ আহিছিল বিষ্ণু ৰাভা|
পিতৃৰ অবিহনেও সমৃদ্ধিৰ মাজতে চলিব পৰাকৈ থৈ গৈছিল ২৫০০ বিঘা মাটিৰ বিৰাট জমিদাৰী,
লগতে থৈ গৈছিল চৰকাৰৰ ঘৰত ভাল চাকৰি পোৱাৰ সুযোগ| চৰকাৰে মাতি নি পুলিচ বিভাগত ভাল
চাকৰিও যাচিছিল যাক তেখেতে প্ৰত্যাখ্যান কৰিলে| শ্বৰ্গীয় অমিয় কুমাৰ দাসদেৱে শিক্ষা
বভাগৰ মন্ত্ৰী হৈ থাকোঁতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ভাল চাকৰি এটা দিয়াৰ বাবে ৰাভাৰ
লগত এটা কথা কৈছিল| ল’বলৈ মান্তি হৈয়ো পাছত তেখেতে তাকো নলৈ কাগজতে এক বিবৃতি দি প্ৰত্যাখ্যান
কৰিলে|
উত্সঃ
চন্দ্ৰধৰ গোস্বামীৰ "জনতাৰ শিল্পী বিষ্ণু ৰাভা মানুহজন" | গ্ৰন্থঃ সৈনিক
শিল্পী বিষ্ণুৰাভা|
No comments:
Post a Comment