অসমীয়া
হৈও অসমীয়া ভাষা কব নজনা, লিখিব নজনা অথবা পঢ়িব নজনাটো অসমীয়া ভাষাৰ বাবে
ভয়ংকৰ৷ কিন্তু তাতোকৈ ভয়ংকৰ অসমীয়া ভাষা শুদ্ধকৈ পঢ়িব, লিখিব আৰু কব
জানিও পাশ্চাত্য ঢঙত অসমীয়া কোৱাসকল৷
প্ৰথম ধৰণৰ লোকক শিকালে, বুজালে হয়তো অসমীয়া ভাষা কব পাৰিব, দ্বিতীয় ধৰণৰ লোকসকলে কিন্তু বিদ্ৰূপহে কৰিব৷
প্ৰথম ধৰণৰ লোকক শিকালে, বুজালে হয়তো অসমীয়া ভাষা কব পাৰিব, দ্বিতীয় ধৰণৰ লোকসকলে কিন্তু বিদ্ৰূপহে কৰিব৷
[ৰচনাকালঃ ৪ এপ্ৰিল, ২০১৪]
No comments:
Post a Comment