Tuesday, August 2, 2011

চিত্রপট-১


এয়া "জীৱন্ত শিপাৰ সাঁকো (Living Root Bridge)
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge) লৈ যোৱা মোৰ সহযাত্রীসকল
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া দীর্ঘতম "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge)
দৈর্ঘ্য : ৯৫ ফুট
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge) ৰে পাৰ হৈ থকা অৱস্থাৎ মই
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১


এয়া " দুখলপীয়া জীৱন্ত শিপাৰ সাঁকো" (Double Decker Living Root Bridge)
 নাম : উমছিয়াং দুখলপীয়া জীৱন্ত শিপাৰ সা৺কো
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১




এয়া " তাৰেৰে নির্মীত ওলমা সাঁকো" (Rope Bridge)
 নাম : মাৱছাৱ সাঁকো
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১



 এয়া "জীৱন্ত শিপাৰ সাঁকো" (Living Root Bridge) ৰ কাষত মোৰ সৈতে অৰূপ
 স্থান  : নংগ্রিয়েট গাও, চেৰাপুঞ্জী
তাং  : ০১-০৮-২০১১

3 comments:

  1. সাঁকো-ৰ ‍‍‍‍‌‌৺-টো বেলেগকৈ আহে কিয় ?

    ReplyDelete
  2. Avro ব্যৱহাৰ কৰিলে সেইটো অসুবিধা হয় | Baraha ত তেনেকুৱা অসুবিধা মই পোৱা নাই |

    ReplyDelete
  3. আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ, কুমুদ দা |

    ReplyDelete