Wednesday, January 29, 2014

অমৃত চিমেণ্ট ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু অসমীয়া ভাষা নিষিদ্ধকৰণ

অমৃত চিমেণ্ট ইণ্ডাষ্ট্ৰীজ লিমিটেডে ইয়াৰ পৰিসৰৰ ভিতৰত নিষিদ্ধ কৰিলে অসমীয়া ভাষা৷ অসমীয়া ভাষা কলেই ভৰিব লাগিব ৫ টকা জৰিমনা৷ হেৰৌ অসমীয়াসকল, আহক, বনিয়া গোষ্ঠীৰ এই প্ৰতিষ্ঠানটোক এলাগী কৰোঁহক৷ আহক, আমি তেওঁলোকৰ লগত কোনো ধৰনৰ ব্যৱসায়িক লেনদেনৰ পৰা বিৰত থাকোঁহক৷ দুগুণ প্ৰতিবাদেৰে প্ৰমাণ কৰোঁহি যে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিব নোৱাৰিলে কোনো বনিয়াক ইয়াত স্থান দিয়া নহব৷ আহক এই ষ্টেটাছ শ্বেয়াৰ কৰি ৰণশিঙা বজাওঁহি এই প্ৰতিবাদৰ৷
 
[ অচিন্তন-১৭ জানুৱাৰী, ২০১৪]

No comments:

Post a Comment