"কেইদিনমানৰ
পৰা এনেকুৱা লাগি আছে কোনোবাই যেন অনবৰতে মোৰ পিছ লৈ আছে, মৃত্যুৰ
ভাবুকিৰে যেন মোক ব্যতিব্যস্ত কৰি ৰাখিব খুজিছে, নিজৰ একমাত্ৰ মিছাৰ
শক্তিৰে যেন শেষ কৰি দিব খুজিছে মোৰ আত্মবিশ্বাস৷ সেয়েহে চাগৈ আজিকালি
ৰাতিপুৱা শুই উঠিয়েই দৃঢ় হৈ পৰে মনটো, জীৱন যুঁজৰ এয়াতো এক অধ্যায় মাত্ৰ৷
নিজেই যদি ভাগি পৰো, কেনেকৈ ভাগিম আনৰ দূৰ্গ৷"- বঢ়িয়া নাটক দেই৷ বঙাইগাঁওৰ
এটা নাট্যদলে প্ৰদৰ্শন কৰা "নাটক" নামৰ নাটখনৰ এটা সংলাপ৷
[ৰচনাকালঃ ৯ ডিচেম্বৰ, ২০১৩]
No comments:
Post a Comment