দিনৰ
পোহৰ জকমকীয়া কৰি আঁতৰি গ'ল জনশিল্পী মান্না দে। ৯৪ বছৰ বসন্ত গৰকা
শিল্পীগৰাকীৰ আজি ৰাতিপুৱা বেংগালুৰুৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। অসমীয়া
সংগীত জগতলৈ "দিনৰ পোহৰ জকমকীয়া", "আকৌ এবাৰ" আদি কালজয়ী সংগীত উপহাৰ দিয়া
শিল্পীগৰাকীলৈ যাঁচিছো গভীৰ শ্ৰদ্ধাঞ্জলি.................

[ ৰচনাকালঃ ২৪ অক্টোবৰ, ২০১৩]
No comments:
Post a Comment