Saturday, May 14, 2016

APSC ৰ কেলেংকাৰীৰ বিৰুদ্ধে অখিল গগৈ বাহিনীৰ আন্দোলন



APSC ৰ কেলেংকাৰীৰ বিৰুদ্ধে অখিল গগৈ বাহিনীৰ আন্দোলনৰ প্ৰয়োজন আছিল আৰু ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন দুৰ্নীতিবিৰোধী ৰাইজে জনোৱা উচিত৷ কোনোবাই যদি দুৰ্নীতিৰ প্ৰমাণ বিচাৰে, তেন্তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ যোৱা এবছৰৰ লেনদেন চাওক, প্ৰমাণ পাই যাব৷

[ৰচনাকালঃ ৬ জুন, ২০১৫] 

No comments:

Post a Comment