Saturday, May 14, 2016

বনগাঁওক পৰ্য্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ দাবী



বোকাপানী নথকা গাঁওলৈ যোৱাৰ মাদকতা ক'? এয়া একবিংশ শতিকাৰ AIUDF ৰ অধীনৰ বৰপেটা লোকসভা তথা BJP ৰ অধীনত থকা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ছয় কিঃমিঃ অাঁতৰৰ পথৰ অৱস্থা৷ মোডীৰ উন্নত ভাৰত আৰু তৰুণ গগৈৰ সোণৰ অসমৰ অন্তৰ্গত আমাৰ এই গাঁওৰ দুৰ্লভ বোকা-পানী সংৰক্ষণ কৰি এক পৰ্য্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ আমি সজোৰ দাবী উত্থাপন কৰিছোঁ৷

 

[লিখনকালঃ ২৩ জুন, ২০১৫]

No comments:

Post a Comment