Saturday, May 14, 2016

বন্ধৰ বিৰুদ্ধে আহ্বান

কাইলৈ আমাৰ ভোক বন্ধ কৰক, বন্ধ কৰক বেমাৰ, পাৰে যদি কাইলৈ সময় স্তব্ধ কৰক, বন্ধ কৰক ৰ'দ অথবা বৰষুণ৷ অসমৰ পৰা এদিনৰ বাবে কাইলৈ বন্ধ কৰক দুৰ্নীতি, সন্ত্ৰাস আৰু কূটাঘাট৷ তাৰ পিছতহে বিবেচনা কৰিম বন্ধৰ আহ্বান৷
কাৰণ যিয়েই নহওক, সৰ্বসাধাৰণৰ অসুবিধা সৃষ্টি কৰিব পৰা কোনো বন্ধয়েই মানি লোৱা নহব৷ বন্ধ আহ্বানকাৰীসকলেও বুজক, বন্ধয়েই সকলো সমস্যা সমাধানৰ একমাত্ৰ উপায় নহয়৷

[আহ্বানকালঃ ১২ ছেপ্তেম্বৰ, ২০১৫] 


No comments:

Post a Comment