Saturday, May 14, 2016

মহানন্দ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি



দুৰ্বাৰ অভিনয়৷ সলসলীয়া সংলাপ৷ হৃদয় চুই যোৱা অভিনয়৷ কাবুলীৱালা হৈ কিমানৰ হৃদয়ত যে বাহ পাতিছিল তেওঁ! সদৌ শেষত বিষ্ণুৰাভাৰ সতে শেষ ৰাগিনীত সংগ দিলেগৈ তেওঁ৷ অসমীয়া কাবুলীৱালে মহানায়ক মহানন্দ শৰ্মাদেৱৰ মৃত্যুত মৰ্মাহত হৈছোঁ৷ তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷

[লিখনকালঃ ২১ জুন, ২০১৫]

No comments:

Post a Comment