Saturday, May 14, 2016

ভোটাৰ চেলফি



পূজা চেলফি, বিহু চেলফিৰ বিৰোধৰ পিছত এইবাৰ ভোটাৰ চেলফিলৈ ১০০% সমৰ্থন আগবঢ়াইছোঁ। সকলোৱে আঙুলিত চিঞাহিৰ দাগেৰে সৈতে নিজৰ চেলফি তোলক আৰু ফেচবুকত আপলোডাই লাভ কৰক হাজাৰ হাজাৰ লাইক আৰু কমেণ্ট। 

[লিখনকালঃ  ৩ এপ্ৰিল, ২০১৬]


No comments:

Post a Comment