Saturday, May 14, 2016

শেষ নিশাৰ খেল


আৰম্ভ হৈ গ'ল শেষ নিশাৰ খেল৷ এই খেল এইবাৰ ঘটিবুল আৰু ব্যঞ্জন দত্তৰ ৫১, ৭১ ৰ খেল৷ কিন্তু সকলোৱে জানে এই খেল৷ অলপ বাট চাওক মহাৰাজসকল, খেল শেষ হোৱালৈ আৰু বেছি দিন নাই৷ ৫১, ৭১ তো বাদেই, ৰাইজে আপোনালোকক একেবাৰে ২১ লৈ লৈ নগলেই হয়! হেপ্পী ভোট ৰাইজ

[ লিখনকালঃ ১০ এপ্ৰিল, ২০১৬]  

 

No comments:

Post a Comment