Saturday, May 14, 2016

আই আই টিৰ পথৰ নামকৰণ



আই আই টি গুৱাহাটীৰ পথসমূহৰ নতুনকৈ নামকৰণ কৰা হৈছে। অসমীয়া ফুলৰ নামেৰে নামকৰণ কৰা পথসমূহৰ নামে (যেনে গধূলি গোপাল পথ, সূৰ্য্যমুখী পথ) চৌহদটোৰ সৌষ্ঠৱ বঢ়ালে। সঁচাকৈ কবলৈ গ'লে ফিলিং একদম খাঁটি অসমীয়া খাঁটি অসমীয়া

[লিখনকালঃ ৭ অক্টোবৰ, ২০১৫] 

No comments:

Post a Comment