Saturday, May 14, 2016

ব্ৰেকিং নিউজ

ব্ৰেকিং নিউজঃ আমিৰ খানৰ অসহিষ্ণুতাৰ ওপৰত কৰা মন্তব্যৰ ৰহস্য ফাদিল।
আমিৰ খানে মন্তব্য কৰিছিল যে তেওঁৰ ঘৈনীয়েকে (মন কৰিব-ঘৈনীয়েকে) অসহিষ্ণুতাৰ বাবে সন্তানক লৈ দেশ এৰিব বিচাৰিছে।
এৰা ! প্ৰতিখন চিনেমাতে ইমান হিৰোইনৰ লগত লেটিপেটি দেখিলে কোন ঘৈনীয়েকেনো মানুহজনক সহি থাকিব কওকচোন।

[লিখনকালঃ ২৬ নৱেম্বৰ, ২০১৫] 

No comments:

Post a Comment