Saturday, May 14, 2016

অখিল গগৈ আৰু ব্ৰাহ্মণ্যবাদ

হিমন্ত বিশ্ব শৰ্মাক ব্ৰাহ্মন্যবাদী নেতা হিচাপে আখ্যা দি আপুনি কি বুজাব বিচাৰিছে অখিল গগৈ ডাঙৰীয়া? আজি আপুনি পাকে-প্ৰকাৰে ব্ৰাহ্মণবিৰোধী বুলি প্ৰকাশ নকৰিলেনে? ধন্যবাদ৷ আমি আগতে গম পোৱা কথাষাৰ স্বীকাৰ কৰা বাবে৷ ব্ৰাহ্মিণ সম্প্ৰদায়ৰ বিৰুদ্ধে এই মন্তব্যৰে আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰা নাইনে Akhil Gogoi?

[লিখনকালঃ ২৩ আগষ্ট, ২০১৫] 

No comments:

Post a Comment